The Quran in Assamese - Surah Qadr translated into Assamese, Surah Al-Qadr in Assamese. We provide accurate translation of Surah Qadr in Assamese - الآسامية, Verses 5 - Surah Number 97 - Page 598.
بِّسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ إِنَّا أَنزَلْنَاهُ فِي لَيْلَةِ الْقَدْرِ (1) নিশ্চয় আমি ইয়াক লাইলাতুল ক্বদৰত অৱতীৰ্ণ কৰিছো |
وَمَا أَدْرَاكَ مَا لَيْلَةُ الْقَدْرِ (2) তুমি কি জানিবা লাইলাতুল ক্বদৰ কি |
لَيْلَةُ الْقَدْرِ خَيْرٌ مِّنْ أَلْفِ شَهْرٍ (3) লাইলাতুল ক্বদৰ এহেজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ। |
تَنَزَّلُ الْمَلَائِكَةُ وَالرُّوحُ فِيهَا بِإِذْنِ رَبِّهِم مِّن كُلِّ أَمْرٍ (4) সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে। |
سَلَامٌ هِيَ حَتَّىٰ مَطْلَعِ الْفَجْرِ (5) শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)। |