The Quran in Assamese - Surah Fatiha translated into Assamese, Surah Al-Fatihah in Assamese. We provide accurate translation of Surah Fatiha in Assamese - الآسامية, Verses 7 - Surah Number 1 - Page 1.
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ (1) (আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত |
الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ (2) সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে |
الرَّحْمَٰنِ الرَّحِيمِ (3) যিজন পৰম কৰুণাময়, পৰম দয়ালু |
مَالِكِ يَوْمِ الدِّينِ (4) বিচাৰ দিৱসৰ মালিক |
إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ (5) আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ |
اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ (6) আমাক সৰল পথৰ হিদায়ত দিয়া |
صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ (7) তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয় |