The Quran in Assamese - Surah Nasr translated into Assamese, Surah An-Nasr in Assamese. We provide accurate translation of Surah Nasr in Assamese - الآسامية, Verses 3 - Surah Number 110 - Page 603.
إِذَا جَاءَ نَصْرُ اللَّهِ وَالْفَتْحُ (1) যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব |
وَرَأَيْتَ النَّاسَ يَدْخُلُونَ فِي دِينِ اللَّهِ أَفْوَاجًا (2) আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰোতে দেখিবা |
فَسَبِّحْ بِحَمْدِ رَبِّكَ وَاسْتَغْفِرْهُ ۚ إِنَّهُ كَانَ تَوَّابًا (3) তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসাসহ তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী। |