The Quran in Assamese - Surah Masad translated into Assamese, Surah Al-Masad in Assamese. We provide accurate translation of Surah Masad in Assamese - الآسامية, Verses 5 - Surah Number 111 - Page 603.
تَبَّتْ يَدَا أَبِي لَهَبٍ وَتَبَّ (1) ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে। |
مَا أَغْنَىٰ عَنْهُ مَالُهُ وَمَا كَسَبَ (2) তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল। |
سَيَصْلَىٰ نَارًا ذَاتَ لَهَبٍ (3) অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব। |
وَامْرَأَتُهُ حَمَّالَةَ الْحَطَبِ (4) আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে |
فِي جِيدِهَا حَبْلٌ مِّن مَّسَدٍ (5) তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছি। |