The Quran in Assamese - Surah Zalzalah translated into Assamese, Surah Az-Zalzalah in Assamese. We provide accurate translation of Surah Zalzalah in Assamese - الآسامية, Verses 8 - Surah Number 99 - Page 599.

| إِذَا زُلْزِلَتِ الْأَرْضُ زِلْزَالَهَا (1) যেতিয়া প্ৰবল কম্পনত পৃথিৱীখন প্ৰকম্পিত হ’ব |
| وَأَخْرَجَتِ الْأَرْضُ أَثْقَالَهَا (2) আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব |
| وَقَالَ الْإِنسَانُ مَا لَهَا (3) আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল |
| يَوْمَئِذٍ تُحَدِّثُ أَخْبَارَهَا (4) সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব |
| بِأَنَّ رَبَّكَ أَوْحَىٰ لَهَا (5) কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে |
| يَوْمَئِذٍ يَصْدُرُ النَّاسُ أَشْتَاتًا لِّيُرَوْا أَعْمَالَهُمْ (6) সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায় |
| فَمَن يَعْمَلْ مِثْقَالَ ذَرَّةٍ خَيْرًا يَرَهُ (7) এতেকে যিয়ে অনু পৰিমাণ সত্কাম কৰিছে সেয়া সি দেখিবলৈ পাব। |
| وَمَن يَعْمَلْ مِثْقَالَ ذَرَّةٍ شَرًّا يَرَهُ (8) আৰু যিয়ে অনু পৰিমাণ অসত্কাম কৰিছে সেয়াও সি দেখিবলৈ পাব। |