القرآن باللغة الآسامية - سورة الزلزلة مترجمة إلى اللغة الآسامية، Surah Zalzalah in Assamese. نوفر ترجمة دقيقة سورة الزلزلة باللغة الآسامية - Assamese, الآيات 8 - رقم السورة 99 - الصفحة 599.
إِذَا زُلْزِلَتِ الْأَرْضُ زِلْزَالَهَا (1) যেতিয়া প্ৰবল কম্পনত পৃথিৱীখন প্ৰকম্পিত হ’ব |
وَأَخْرَجَتِ الْأَرْضُ أَثْقَالَهَا (2) আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব |
وَقَالَ الْإِنسَانُ مَا لَهَا (3) আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল |
يَوْمَئِذٍ تُحَدِّثُ أَخْبَارَهَا (4) সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব |
بِأَنَّ رَبَّكَ أَوْحَىٰ لَهَا (5) কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে |
يَوْمَئِذٍ يَصْدُرُ النَّاسُ أَشْتَاتًا لِّيُرَوْا أَعْمَالَهُمْ (6) সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায় |
فَمَن يَعْمَلْ مِثْقَالَ ذَرَّةٍ خَيْرًا يَرَهُ (7) এতেকে যিয়ে অনু পৰিমাণ সত্কাম কৰিছে সেয়া সি দেখিবলৈ পাব। |
وَمَن يَعْمَلْ مِثْقَالَ ذَرَّةٍ شَرًّا يَرَهُ (8) আৰু যিয়ে অনু পৰিমাণ অসত্কাম কৰিছে সেয়াও সি দেখিবলৈ পাব। |