The Quran in Assamese - Surah Qariah translated into Assamese, Surah Al-Qariah in Assamese. We provide accurate translation of Surah Qariah in Assamese - الآسامية, Verses 11 - Surah Number 101 - Page 600.

| الْقَارِعَةُ (1) ভীতিপ্ৰদ মহা বিপদ। |
| مَا الْقَارِعَةُ (2) ভীতিপ্ৰদ মহা বিপদ কি |
| وَمَا أَدْرَاكَ مَا الْقَارِعَةُ (3) ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা |
| يَوْمَ يَكُونُ النَّاسُ كَالْفَرَاشِ الْمَبْثُوثِ (4) সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে। |
| وَتَكُونُ الْجِبَالُ كَالْعِهْنِ الْمَنفُوشِ (5) আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙ্গিন ঊণৰ দৰে। |
| فَأَمَّا مَن ثَقُلَتْ مَوَازِينُهُ (6) এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব |
| فَهُوَ فِي عِيشَةٍ رَّاضِيَةٍ (7) তেওঁ থাকিব সন্তোষজনক জীৱনত |
| وَأَمَّا مَنْ خَفَّتْ مَوَازِينُهُ (8) আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব |
| فَأُمُّهُ هَاوِيَةٌ (9) তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’। |
| وَمَا أَدْرَاكَ مَا هِيَهْ (10) আৰু তুমি কি জানা সেইটোনো কি |
| نَارٌ حَامِيَةٌ (11) ই এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড। |