القرآن باللغة الآسامية - سورة القارعة مترجمة إلى اللغة الآسامية، Surah Qariah in Assamese. نوفر ترجمة دقيقة سورة القارعة باللغة الآسامية - Assamese, الآيات 11 - رقم السورة 101 - الصفحة 600.
الْقَارِعَةُ (1) ভীতিপ্ৰদ মহা বিপদ। |
مَا الْقَارِعَةُ (2) ভীতিপ্ৰদ মহা বিপদ কি |
وَمَا أَدْرَاكَ مَا الْقَارِعَةُ (3) ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা |
يَوْمَ يَكُونُ النَّاسُ كَالْفَرَاشِ الْمَبْثُوثِ (4) সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে। |
وَتَكُونُ الْجِبَالُ كَالْعِهْنِ الْمَنفُوشِ (5) আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙ্গিন ঊণৰ দৰে। |
فَأَمَّا مَن ثَقُلَتْ مَوَازِينُهُ (6) এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব |
فَهُوَ فِي عِيشَةٍ رَّاضِيَةٍ (7) তেওঁ থাকিব সন্তোষজনক জীৱনত |
وَأَمَّا مَنْ خَفَّتْ مَوَازِينُهُ (8) আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব |
فَأُمُّهُ هَاوِيَةٌ (9) তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’। |
وَمَا أَدْرَاكَ مَا هِيَهْ (10) আৰু তুমি কি জানা সেইটোনো কি |
نَارٌ حَامِيَةٌ (11) ই এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড। |