The Quran in Assamese - Surah Takathur translated into Assamese, Surah At-Takathur in Assamese. We provide accurate translation of Surah Takathur in Assamese - الآسامية, Verses 8 - Surah Number 102 - Page 600.
أَلْهَاكُمُ التَّكَاثُرُ (1) প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে। |
حَتَّىٰ زُرْتُمُ الْمَقَابِرَ (2) যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা। |
كَلَّا سَوْفَ تَعْلَمُونَ (3) কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা। |
ثُمَّ كَلَّا سَوْفَ تَعْلَمُونَ (4) আকৌ কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা। |
كَلَّا لَوْ تَعْلَمُونَ عِلْمَ الْيَقِينِ (5) কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন। |
لَتَرَوُنَّ الْجَحِيمَ (6) নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবা। |
ثُمَّ لَتَرَوُنَّهَا عَيْنَ الْيَقِينِ (7) আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা। |
ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ (8) তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। |