The Quran in Assamese - Surah Al Asr translated into Assamese, Surah Al-Asr in Assamese. We provide accurate translation of Surah Al Asr in Assamese - الآسامية, Verses 3 - Surah Number 103 - Page 601.
وَالْعَصْرِ (1) সময়ৰ শপত |
إِنَّ الْإِنسَانَ لَفِي خُسْرٍ (2) নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত |
إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَتَوَاصَوْا بِالْحَقِّ وَتَوَاصَوْا بِالصَّبْرِ (3) কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উত্সাহ দিয়ে। |