القرآن باللغة الآسامية - سورة العصر مترجمة إلى اللغة الآسامية، Surah Al Asr in Assamese. نوفر ترجمة دقيقة سورة العصر باللغة الآسامية - Assamese, الآيات 3 - رقم السورة 103 - الصفحة 601.
وَالْعَصْرِ (1) সময়ৰ শপত |
إِنَّ الْإِنسَانَ لَفِي خُسْرٍ (2) নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত |
إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَتَوَاصَوْا بِالْحَقِّ وَتَوَاصَوْا بِالصَّبْرِ (3) কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উত্সাহ দিয়ে। |