The Quran in Assamese - Surah Al Fil translated into Assamese, Surah Al-Fil in Assamese. We provide accurate translation of Surah Al Fil in Assamese - الآسامية, Verses 5 - Surah Number 105 - Page 601.

| أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَابِ الْفِيلِ (1) তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কি কৰিছিল |
| أَلَمْ يَجْعَلْ كَيْدَهُمْ فِي تَضْلِيلٍ (2) তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰ ব্যৰ্থতাত পৰ্যবসিত কৰা নাইনে |
| وَأَرْسَلَ عَلَيْهِمْ طَيْرًا أَبَابِيلَ (3) আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে |
| تَرْمِيهِم بِحِجَارَةٍ مِّن سِجِّيلٍ (4) যিসকলে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল |
| فَجَعَلَهُمْ كَعَصْفٍ مَّأْكُولٍ (5) ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল। |