The Quran in Assamese - Surah Quraysh translated into Assamese, Surah Quraysh in Assamese. We provide accurate translation of Surah Quraysh in Assamese - الآسامية, Verses 4 - Surah Number 106 - Page 602.
لِإِيلَافِ قُرَيْشٍ (1) যিহেতু ক্বুৰাইছসকল অভ্যস্ত |
إِيلَافِهِمْ رِحْلَةَ الشِّتَاءِ وَالصَّيْفِ (2) শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণত সিহঁতৰ আসক্তি আছে। |
فَلْيَعْبُدُوا رَبَّ هَٰذَا الْبَيْتِ (3) এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে। |
الَّذِي أَطْعَمَهُم مِّن جُوعٍ وَآمَنَهُم مِّنْ خَوْفٍ (4) যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে। |