القرآن باللغة الآسامية - سورة الفيل مترجمة إلى اللغة الآسامية، Surah Al Fil in Assamese. نوفر ترجمة دقيقة سورة الفيل باللغة الآسامية - Assamese, الآيات 5 - رقم السورة 105 - الصفحة 601.
أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَابِ الْفِيلِ (1) তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কি কৰিছিল |
أَلَمْ يَجْعَلْ كَيْدَهُمْ فِي تَضْلِيلٍ (2) তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰ ব্যৰ্থতাত পৰ্যবসিত কৰা নাইনে |
وَأَرْسَلَ عَلَيْهِمْ طَيْرًا أَبَابِيلَ (3) আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে |
تَرْمِيهِم بِحِجَارَةٍ مِّن سِجِّيلٍ (4) যিসকলে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল |
فَجَعَلَهُمْ كَعَصْفٍ مَّأْكُولٍ (5) ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল। |