The Quran in Assamese - Surah Maun translated into Assamese, Surah Al-Maun in Assamese. We provide accurate translation of Surah Maun in Assamese - الآسامية, Verses 7 - Surah Number 107 - Page 602.

| أَرَأَيْتَ الَّذِي يُكَذِّبُ بِالدِّينِ (1) তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে |
| فَذَٰلِكَ الَّذِي يَدُعُّ الْيَتِيمَ (2) সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায় |
| وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ (3) আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে। |
| فَوَيْلٌ لِّلْمُصَلِّينَ (4) এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ |
| الَّذِينَ هُمْ عَن صَلَاتِهِمْ سَاهُونَ (5) যিসকলে নিজৰ ছালাতত অমনোযোগী |
| الَّذِينَ هُمْ يُرَاءُونَ (6) যিসকলে আনক দেখুৱাবলৈহে কৰে |
| وَيَمْنَعُونَ الْمَاعُونَ (7) আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে। |