The Quran in Assamese - Surah Kawthar translated into Assamese, Surah Al-Kawthar in Assamese. We provide accurate translation of Surah Kawthar in Assamese - الآسامية, Verses 3 - Surah Number 108 - Page 602.
إِنَّا أَعْطَيْنَاكَ الْكَوْثَرَ (1) নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ। |
فَصَلِّ لِرَبِّكَ وَانْحَرْ (2) এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা। |
إِنَّ شَانِئَكَ هُوَ الْأَبْتَرُ (3) নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ। |