القرآن باللغة الآسامية - سورة الكوثر مترجمة إلى اللغة الآسامية، Surah Kawthar in Assamese. نوفر ترجمة دقيقة سورة الكوثر باللغة الآسامية - Assamese, الآيات 3 - رقم السورة 108 - الصفحة 602.
إِنَّا أَعْطَيْنَاكَ الْكَوْثَرَ (1) নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ। |
فَصَلِّ لِرَبِّكَ وَانْحَرْ (2) এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা। |
إِنَّ شَانِئَكَ هُوَ الْأَبْتَرُ (3) নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ। |