The Quran in Assamese - Surah Ikhlas translated into Assamese, Surah Al-Ikhlas in Assamese. We provide accurate translation of Surah Ikhlas in Assamese - الآسامية, Verses 4 - Surah Number 112 - Page 604.
قُلْ هُوَ اللَّهُ أَحَدٌ (1) কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয় |
اللَّهُ الصَّمَدُ (2) আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী) |
لَمْ يَلِدْ وَلَمْ يُولَدْ (3) তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই |
وَلَمْ يَكُن لَّهُ كُفُوًا أَحَدٌ (4) আৰু তেওঁৰ সমতুল্য কোনো নাই’। |