The Quran in Assamese - Surah Falaq translated into Assamese, Surah Al-Falaq in Assamese. We provide accurate translation of Surah Falaq in Assamese - الآسامية, Verses 5 - Surah Number 113 - Page 604.
قُلْ أَعُوذُ بِرَبِّ الْفَلَقِ (1) কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ। |
مِن شَرِّ مَا خَلَقَ (2) তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা |
وَمِن شَرِّ غَاسِقٍ إِذَا وَقَبَ (3) আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয় |
وَمِن شَرِّ النَّفَّاثَاتِ فِي الْعُقَدِ (4) আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে |
وَمِن شَرِّ حَاسِدٍ إِذَا حَسَدَ (5) আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে। |