The Quran in Assamese - Surah An Nas translated into Assamese, Surah An-Nas in Assamese. We provide accurate translation of Surah An Nas in Assamese - الآسامية, Verses 6 - Surah Number 114 - Page 604.

| قُلْ أَعُوذُ بِرَبِّ النَّاسِ (1) কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ  | 
| مَلِكِ النَّاسِ (2) মানুহৰ অধিপতিৰ  | 
| إِلَٰهِ النَّاسِ (3) মানুহৰ ইলাহৰ ওচৰত  | 
| مِن شَرِّ الْوَسْوَاسِ الْخَنَّاسِ (4) আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা  | 
| الَّذِي يُوَسْوِسُ فِي صُدُورِ النَّاسِ (5) যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে  | 
| مِنَ الْجِنَّةِ وَالنَّاسِ (6) জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।  |