القرآن باللغة الآسامية - سورة التكاثر مترجمة إلى اللغة الآسامية، Surah Takathur in Assamese. نوفر ترجمة دقيقة سورة التكاثر باللغة الآسامية - Assamese, الآيات 8 - رقم السورة 102 - الصفحة 600.
أَلْهَاكُمُ التَّكَاثُرُ (1) প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে। |
حَتَّىٰ زُرْتُمُ الْمَقَابِرَ (2) যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা। |
كَلَّا سَوْفَ تَعْلَمُونَ (3) কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা। |
ثُمَّ كَلَّا سَوْفَ تَعْلَمُونَ (4) আকৌ কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা। |
كَلَّا لَوْ تَعْلَمُونَ عِلْمَ الْيَقِينِ (5) কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন। |
لَتَرَوُنَّ الْجَحِيمَ (6) নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবা। |
ثُمَّ لَتَرَوُنَّهَا عَيْنَ الْيَقِينِ (7) আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা। |
ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ (8) তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। |