القرآن باللغة الآسامية - سورة الماعون مترجمة إلى اللغة الآسامية، Surah Maun in Assamese. نوفر ترجمة دقيقة سورة الماعون باللغة الآسامية - Assamese, الآيات 7 - رقم السورة 107 - الصفحة 602.
أَرَأَيْتَ الَّذِي يُكَذِّبُ بِالدِّينِ (1) তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে |
فَذَٰلِكَ الَّذِي يَدُعُّ الْيَتِيمَ (2) সি সেইজনেই, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায় |
وَلَا يَحُضُّ عَلَىٰ طَعَامِ الْمِسْكِينِ (3) আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে। |
فَوَيْلٌ لِّلْمُصَلِّينَ (4) এতেকে ধ্বংস সেইবিধ ছালাত আদায়কাৰীসকলৰ |
الَّذِينَ هُمْ عَن صَلَاتِهِمْ سَاهُونَ (5) যিসকলে নিজৰ ছালাতত অমনোযোগী |
الَّذِينَ هُمْ يُرَاءُونَ (6) যিসকলে আনক দেখুৱাবলৈহে কৰে |
وَيَمْنَعُونَ الْمَاعُونَ (7) আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে। |