القرآن باللغة الآسامية - سورة الإخلاص مترجمة إلى اللغة الآسامية، Surah Ikhlas in Assamese. نوفر ترجمة دقيقة سورة الإخلاص باللغة الآسامية - Assamese, الآيات 4 - رقم السورة 112 - الصفحة 604.
قُلْ هُوَ اللَّهُ أَحَدٌ (1) কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয় |
اللَّهُ الصَّمَدُ (2) আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী) |
لَمْ يَلِدْ وَلَمْ يُولَدْ (3) তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই |
وَلَمْ يَكُن لَّهُ كُفُوًا أَحَدٌ (4) আৰু তেওঁৰ সমতুল্য কোনো নাই’। |