القرآن باللغة الآسامية - سورة الناس مترجمة إلى اللغة الآسامية، Surah An Nas in Assamese. نوفر ترجمة دقيقة سورة الناس باللغة الآسامية - Assamese, الآيات 6 - رقم السورة 114 - الصفحة 604.

| قُلْ أَعُوذُ بِرَبِّ النَّاسِ (1) কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ |
| مَلِكِ النَّاسِ (2) মানুহৰ অধিপতিৰ |
| إِلَٰهِ النَّاسِ (3) মানুহৰ ইলাহৰ ওচৰত |
| مِن شَرِّ الْوَسْوَاسِ الْخَنَّاسِ (4) আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা |
| الَّذِي يُوَسْوِسُ فِي صُدُورِ النَّاسِ (5) যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে |
| مِنَ الْجِنَّةِ وَالنَّاسِ (6) জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা। |