The Quran in Assamese - Surah Sharh translated into Assamese, Surah Ash-Sharh in Assamese. We provide accurate translation of Surah Sharh in Assamese - الآسامية, Verses 8 - Surah Number 94 - Page 596.

| أَلَمْ نَشْرَحْ لَكَ صَدْرَكَ (1) আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে |
| وَوَضَعْنَا عَنكَ وِزْرَكَ (2) আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে |
| الَّذِي أَنقَضَ ظَهْرَكَ (3) যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল |
| وَرَفَعْنَا لَكَ ذِكْرَكَ (4) আৰু আমিয়েই তোমাৰ (মৰ্যদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছো। |
| فَإِنَّ مَعَ الْعُسْرِ يُسْرًا (5) এতেকে দুখৰ লগতেই আছে সুখ |
| إِنَّ مَعَ الْعُسْرِ يُسْرًا (6) নিশ্চয় দুখৰ লগতেই আছে সুখ। |
| فَإِذَا فَرَغْتَ فَانصَبْ (7) এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা। |
| وَإِلَىٰ رَبِّكَ فَارْغَب (8) আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা। |