القرآن باللغة الآسامية - سورة الشرح مترجمة إلى اللغة الآسامية، Surah Sharh in Assamese. نوفر ترجمة دقيقة سورة الشرح باللغة الآسامية - Assamese, الآيات 8 - رقم السورة 94 - الصفحة 596.
أَلَمْ نَشْرَحْ لَكَ صَدْرَكَ (1) আমি তোমাৰ (কল্যাণৰ) বাবে তোমাৰ বুকু প্ৰশস্ত কৰি দিয়া নাইনে |
وَوَضَعْنَا عَنكَ وِزْرَكَ (2) আৰু আমি তোমাৰ পৰা তোমাৰ বোজা অপসাৰণ কৰা নাইনে |
الَّذِي أَنقَضَ ظَهْرَكَ (3) যি বোজাই তোমাৰ পিঠি ভাঙি পেলাইছিল |
وَرَفَعْنَا لَكَ ذِكْرَكَ (4) আৰু আমিয়েই তোমাৰ (মৰ্যদা বৃদ্ধিৰ) বাবে তোমাৰ স্মৰণক সমুন্নত কৰিছো। |
فَإِنَّ مَعَ الْعُسْرِ يُسْرًا (5) এতেকে দুখৰ লগতেই আছে সুখ |
إِنَّ مَعَ الْعُسْرِ يُسْرًا (6) নিশ্চয় দুখৰ লগতেই আছে সুখ। |
فَإِذَا فَرَغْتَ فَانصَبْ (7) এতেকে যেতিয়াই তুমি অৱসৰ পোৱা তেতিয়াই কঠোৰ ইবাদতত আত্মনিয়োগ কৰা। |
وَإِلَىٰ رَبِّكَ فَارْغَب (8) আৰু তোমাৰ প্ৰতিপালকৰ প্ৰতি গভীৰ মনোযোগী হোৱা। |