×

নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা 58:5 Assamese translation

Quran infoAssameseSurah Al-Mujadilah ⮕ (58:5) ayat 5 in Assamese

58:5 Surah Al-Mujadilah ayat 5 in Assamese (الآسامية)

Quran with Assamese translation - Surah Al-Mujadilah ayat 5 - المُجَادلة - Page - Juz 28

﴿إِنَّ ٱلَّذِينَ يُحَآدُّونَ ٱللَّهَ وَرَسُولَهُۥ كُبِتُواْ كَمَا كُبِتَ ٱلَّذِينَ مِن قَبۡلِهِمۡۚ وَقَدۡ أَنزَلۡنَآ ءَايَٰتِۭ بَيِّنَٰتٖۚ وَلِلۡكَٰفِرِينَ عَذَابٞ مُّهِينٞ ﴾
[المُجَادلة: 5]

নিশ্চয় যিবিলাক মানুহে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতক অপদস্ত কৰা হ’ব যেনেকৈ অপদস্ত কৰা হৈছিল সিহঁতৰ পূৰ্বৱৰ্তীসকলক; আৰু আমি সুস্পষ্ট আয়াত অৱতীৰ্ণ কৰিছো; আৰু কাফিৰসকলৰ বাবে আছে লাঞ্ছনাদায়ক শাস্তি

❮ Previous Next ❯

ترجمة: إن الذين يحادون الله ورسوله كبتوا كما كبت الذين من قبلهم وقد, باللغة الآسامية

﴿إن الذين يحادون الله ورسوله كبتوا كما كبت الذين من قبلهم وقد﴾ [المُجَادلة: 5]

❮ Previous Next ❯

Verse in more languages

Transliteration Bangla Bosnian German English Persian French Hindi Indonesian Kazakh Dutch Russian Spanish Turkish Urdu Uzbek