×

আৰু যেতিয়া তোমালোকক সাগৰত বিপদ স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক 17:67 Assamese translation

Quran infoAssameseSurah Al-Isra’ ⮕ (17:67) ayat 67 in Assamese

17:67 Surah Al-Isra’ ayat 67 in Assamese (الآسامية)

Quran with Assamese translation - Surah Al-Isra’ ayat 67 - الإسرَاء - Page - Juz 15

﴿وَإِذَا مَسَّكُمُ ٱلضُّرُّ فِي ٱلۡبَحۡرِ ضَلَّ مَن تَدۡعُونَ إِلَّآ إِيَّاهُۖ فَلَمَّا نَجَّىٰكُمۡ إِلَى ٱلۡبَرِّ أَعۡرَضۡتُمۡۚ وَكَانَ ٱلۡإِنسَٰنُ كَفُورًا ﴾
[الإسرَاء: 67]

আৰু যেতিয়া তোমালোকক সাগৰত বিপদ স্পৰ্শ কৰে, তেতিয়া তেওঁৰ বাহিৰে তোমালোকে যিবোৰক আহ্বান কৰা, সেইবোৰ (তোমালোকৰ মনৰ পৰা) হেৰাই যায়; এতেকে তেওঁ যেতিয়া তোমালোকক উদ্ধাৰ কৰি স্থলত আনে তেতিয়া তোমালোকে মুখ ঘূৰাই লোৱা। প্ৰকৃততে মানুহ বৰ অকৃতজ্ঞ।

❮ Previous Next ❯

ترجمة: وإذا مسكم الضر في البحر ضل من تدعون إلا إياه فلما نجاكم, باللغة الآسامية

﴿وإذا مسكم الضر في البحر ضل من تدعون إلا إياه فلما نجاكم﴾ [الإسرَاء: 67]

❮ Previous Next ❯

Verse in more languages

Transliteration Bangla Bosnian German English Persian French Hindi Indonesian Kazakh Dutch Russian Spanish Turkish Urdu Uzbek