القرآن باللغة الآسامية - سورة العاديات مترجمة إلى اللغة الآسامية، Surah Adiyat in Assamese. نوفر ترجمة دقيقة سورة العاديات باللغة الآسامية - Assamese, الآيات 11 - رقم السورة 100 - الصفحة 599.
وَالْعَادِيَاتِ ضَبْحًا (1) শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাসমূহৰ |
فَالْمُورِيَاتِ قَدْحًا (2) যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায় |
فَالْمُغِيرَاتِ صُبْحًا (3) যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে |
فَأَثَرْنَ بِهِ نَقْعًا (4) ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায় |
فَوَسَطْنَ بِهِ جَمْعًا (5) আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে। |
إِنَّ الْإِنسَانَ لِرَبِّهِ لَكَنُودٌ (6) নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ |
وَإِنَّهُ عَلَىٰ ذَٰلِكَ لَشَهِيدٌ (7) নিশ্চয় সি এই বিষয়ে সাক্ষী |
وَإِنَّهُ لِحُبِّ الْخَيْرِ لَشَدِيدٌ (8) আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল। |
۞ أَفَلَا يَعْلَمُ إِذَا بُعْثِرَ مَا فِي الْقُبُورِ (9) সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব |
وَحُصِّلَ مَا فِي الصُّدُورِ (10) আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব |
إِنَّ رَبَّهُم بِهِمْ يَوْمَئِذٍ لَّخَبِيرٌ (11) নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত। |