القرآن باللغة الآسامية - سورة الكافرون مترجمة إلى اللغة الآسامية، Surah Kafirun in Assamese. نوفر ترجمة دقيقة سورة الكافرون باللغة الآسامية - Assamese, الآيات 6 - رقم السورة 109 - الصفحة 603.
قُلْ يَا أَيُّهَا الْكَافِرُونَ (1) কোৱা, ‘হে কাফিৰসকল |
لَا أَعْبُدُ مَا تَعْبُدُونَ (2) তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ |
وَلَا أَنتُمْ عَابِدُونَ مَا أَعْبُدُ (3) আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয় |
وَلَا أَنَا عَابِدٌ مَّا عَبَدتُّمْ (4) আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা। |
وَلَا أَنتُمْ عَابِدُونَ مَا أَعْبُدُ (5) আৰু মই যাৰ ইবাদত কৰোঁ তোমালোকেও তাৰ ইবাদতকাৰী নহয়। |
لَكُمْ دِينُكُمْ وَلِيَ دِينِ (6) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে। |